কলিয়াবৰত নগাওঁ জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ কৃতি ছাত্ৰ-ছাত্ৰী সকললৈ অভিনন্দন অনুষ্ঠান
দুৰ্নীতিৰ দৰ্পন, কলিয়াবৰ: সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশন নগাওঁ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি অনুষ্ঠিত কৰা হয় এক বিশেষ অভিনন্দন অনুষ্ঠান। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত ডিষ্টিংচন মাৰ্ক সহ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা কেইবাগৰাকিয়ো ছাত্ৰ-ছাত্ৰীক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। আনহাতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমগ্ৰ কলিয়াবৰৰ ভিতৰতে এশ শতাংশ উৰ্ত্তীণৰে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা আমবাগান আইডিয়েল ইংলিছ একাডেমিলৈয়ো বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশন নগাওঁ জিলা সমিতিয়ে। ইফালে কলিয়াবৰৰ পৰা যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ দহ টা স্থান দখল কৰিব পাৰে তেনেহলে তেনে ছাত্ৰ-ছাত্ৰী লৈ সংগঠনৰ ফালৰ পৰা ১ লাখ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱাৰ কথা আজি আনুষ্টানিক ভাবে ঘোষনা কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশন নগাওঁ জিলা সমিতিয়ে।
কলিয়াবৰত নগাওঁ জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ কৃতি ছাত্ৰ-ছাত্ৰী সকললৈ অভিনন্দন অনুষ্ঠান
Lucknow
overcast clouds
32.1
°
C
32.1
°
32.1
°
58 %
1.7kmh
99 %
Mon
37
°
Tue
37
°
Wed
35
°
Thu
35
°
Fri
35
°

