30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমকাৰাগাওঁ নাকা তালাচীত এখন ট্ৰাকৰ পৰা মৰফিন জব্ধ আটক এজন

কাৰাগাওঁ নাকা তালাচীত এখন ট্ৰাকৰ পৰা মৰফিন জব্ধ আটক এজন

কাৰাগাওঁ নাকা তালাচীত এখন ট্ৰাকৰ পৰা মৰফিন জব্ধ আটক এজন

দুৰ্নীতিৰ দৰ্পণ খটখটী সংবাদাতা ৩০: – মাৰ্চ নিশা কাৰ্বি আংলং জিলাৰ খটখটী থানা এলেকাৰ কাৰাগাওঁ নাকাতালাচীত খটখটী আৰক্ষীয়ে সন্দেহৰ ভিত্তিত আৰক্ষীয়ে নাগালেণ্ড দিশৰ পৰা অহা AS01JC8941 নম্বৰৰ এখন ট্ৰাক আটক কৰে৷ ট্ৰাকখন তালাচী চলোৱাৰ সময়ত আৰক্ষীয়ে ১৪টা পেকেটত ৬ কেজি ৫০০ শ ২৬ গ্ৰাম মৰফিন উদ্ধাৰ কৰে৷ প্ৰায় মৰফিনখিনি ১২ কোটি টকা বুলি অনুমান কৰা হৈছে৷ ঘটনাৰ সৈতে জড়িত এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ব্যৱহাৰ কৰা ট্ৰাকখনো জব্দ কৰা হৈছে৷ ক্ৰমে মনিপুৰৰ সেনাপতিৰ, চেছুৱাল পাৰাগোদাৰ ডেলিৰাম ডেমালৰ পুত্ৰ কৃষ্ণা ডেমালক আটক কৰিছে খটখটী আৰক্ষীয়ে৷ খটখটী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰা নেতৃত্বত উপ পৰিদৰ্শক জীৱন শইকীয়া কাৰাগাওঁ আউট পোষ্টৰ আই চি ইমৰান হুছেইন আৰু থানা ষ্টাপৰ সহযযোগত চলিছিল তালাচী অভিযান৷ ঘটনা সন্ধৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular