30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমকীৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা

কীৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা

কীৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা ১৭ মেঃ মুছলিম সমাজৰ এক অন্যতম মহিলা সংগঠন হিদায়ৎ মহিলা মজলিছৰ উদ্যোগত মাৰ্ঘেৰিটাত কীৰ্তি শিক্ষাৰ্থীসকল সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়।বিশেষকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।উক্ত সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত হিদায়ৎ মহিলা মজলিছ, মাৰ্ঘেৰিটা বিষয় ববীয়াসহ উপস্থিত থাকে প্ৰাক্তন প্ৰৱক্তা ডঃ আনিছা আলি, শিক্ষক জিন্নাত আলি, সমাজসেৱিকা ৰঞ্জু বৰগোঁহাইসহ অঞ্চলটোৰ কেইবা গৰাকী ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানটোত মুঠ ৯ গৰাকীৰ কীৰ্তি শিক্ষাৰ্থীক হিদায়ৎ মহিলা মজলিছৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।হিদায়ৎ মহিলা মজলিছ, মাৰ্ঘেৰিটাৰ সভানেত্ৰী এলিনা বেগমে সভাপতিত্ব কৰাৰ অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে নাজমা উল্লাই।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular