37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমগৌৰীপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰা প্ৰাৰ্থী আব্দুছ ছোবাহান আলী সৰকাৰৰ...

গৌৰীপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰা প্ৰাৰ্থী আব্দুছ ছোবাহান আলী সৰকাৰৰ এক সমদল

গৌৰীপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰা প্ৰাৰ্থী আব্দুছ ছোবাহান আলী সৰকাৰৰ এক সমদল

গৌৰীপুৰ পৰা শেখৰ দাসৰ প্ৰতিবেদন- আগন্তক গৌৰীপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দলৰ পৰা টিকট লাভ কৰা গৌৰীপুৰৰ বিধানসভাৰ কাৰণে প্ৰাৰ্থী আব্দুছ ছোবাহান আলী সৰকাৰৰ বিলাসীপাৰাৰ (বেলতলাৰ) পৰা চাৰি চকীয়া বাহনেৰে গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰে দি কংগ্ৰেছ দলৰ নেতা পালিনেতা সকলোক লগত লৈ আৰু একাংশ কংগ্ৰেছ কৰ্মী লগত লৈ এক সমদল যাত্ৰা উলিওৱাৰ লগতে কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন হিচাপে এনে চাৰিচকীয়া বাহনেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি সমদল উলিওৱাৰ পৰিলক্ষিত হয় যদিও একাংশ জনসাধাৰণ মতে এয়া গৌৰীপুৰৰ সমষ্টিৰ ৰাইজৰ সন্মুখত নিৰ্বাচনৰ কাৰণে এয়া কংগ্ৰছৰ শক্তি প্ৰদৰ্শন কৰা বুলি একাংশ ব্যক্তিয়ে দাবী কৰা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular