40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমজাগীৰোড সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বুবুল দাস

জাগীৰোড সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বুবুল দাস

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড: ৪ মাৰ্চ: 

বহু জল্পনা কল্পনাৰ অন্তত আজি নিশা প্ৰকাশ পালে কংগ্ৰেছৰ প্ৰথম খন প্ৰাৰ্থী তালিকা। ৫২ নং জাগীৰোড বিধানসভা সমষ্টি (SC)ত বুবুল দাসৰ নাম । প্ৰবীণ ৰাজনৈতিক নেতা দাস অসম চৰকাৰৰ এজন প্ৰাক্তন মন্ত্ৰী আছিল। যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰি পীয়ুষ হাজৰিকা বৰ্তমান চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী। উল্লেখ্য যে বুবুল দাসসহ মুঠ চাৰি জন আছিল জাগীৰোড সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশি।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular