29.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমধিঙত অসম জ্যোষ্ঠ নাগৰিক সন্মিলনীৰ নগাঁও জিলা সমটিৰ প্ৰথম মধ্যকালীন অধিবেশন

ধিঙত অসম জ্যোষ্ঠ নাগৰিক সন্মিলনীৰ নগাঁও জিলা সমটিৰ প্ৰথম মধ্যকালীন অধিবেশন

ধিঙত অসম জ্যোষ্ঠ নাগৰিক সন্মিলনীৰ নগাঁও জিলা সমটিৰ প্ৰথম মধ্যকালীন অধিবেশন

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ধিং ২৯ মাৰ্চ- অসম জ্যোষ্ঠ নাগৰিক সন্মিলনীৰ ধিং শাখাৰ কাৰ্যলয়ত আজি “অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ নগাঁও জিলা সমিতিৰ প্ৰথম মধ্যকালীন অধিবেশন খনি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী পুৱা পতাকা উত্তোলন৷উত্তোলক হিচাপে উপস্থিত থাকে অসম জ্যোষ্ঠ নাগৰিক সন্মিলনীৰ নগাঁও জিলা সমিটিৰ সভাপতি ড° শৰৎ বৰকটকী৷৯:২০ বজাত বৃক্ষৰোপণ৷ৰোপক হিচাপে উপস্থিত থাকে অসম জ্যোষ্ঠ নাগৰিক সন্মিলনীৰ ধিং শাখাৰ কাৰ্যকৰী সভাপতি ভৱকান্ত বৰা৷৯:৩০ বজাত স্মৃতি তৰ্পণ৷তৰ্পক হিচাপে উপস্থিত থাকে জ্যোষ্ঠ নাগৰিক সন্মিলনীৰ সম্পাদক খগেন্দ্ৰ নাথ শৰ্মা৷৯:৪৫ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা’ৰ প্ৰতচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ৷প্ৰজ্বলক হিচাপে উপস্থিত থাকিব অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ ধিং শাখাৰ সভাপতি অমল বৰা৷ইয়াৰ পিছতেই সংগীত শিৰোমনি ’জবিন গাৰ্গ’ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ৷প্ৰজ্বলক হিচাপে উপস্থিত থাকে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি নিত্যানন্দ বৰা৷১০:০০ বজাত কাৰ্যনিৰ্বাহক সভা আৰু ১১:০০বজাত প্ৰতিনিধি সভা ৰ লগতে দুপৰীয়া ১২:৩০ বজাৰ পৰা নগাঁও জিলা সমিতিৰ সভাপতি ড° শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ এই সভাতেই বিনা নাথ বৰুৱাৰ পৰিচালনাত পৰিবেশিত কৰা হয় অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ শীৰ্ষ গীত পৰিবেশন৷এই মুকলি সভাত উদ্ধোধক হিচাপে উপস্থিত থাকে প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুনীন হাজৰিকা৷বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কলংপাৰ“সাপ্তাহিক কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিং৷

RELATED ARTICLES
Lucknow
broken clouds
29.3 ° C
29.3 °
29.3 °
74 %
3.5kmh
63 %
Tue
29 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °

Most Popular