39.4 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমনিচাযুক্ত টেবলেট সহ এজনক আটক।

নিচাযুক্ত টেবলেট সহ এজনক আটক।

নিচাযুক্ত টেবলেট সহ এজনক আটক।

দূৰ্নীতিৰ দৰ্পণ, লক্ষীপুৰ ৮ মাৰ্চ : গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত ধাৰাই গাঁৱৰ পৰা যোৱা নিশা আৰক্ষীয়ে বৃহত পৰিমাণৰ নিচাযুক্ত টেবলেট সহ এজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি পশ্চিম গোৱালপাৰা আৰক্ষী অধীক্ষক অভিলাষ বৰুৱাৰ নেতৃত্বত যোৱা লক্ষীপুৰ থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন দৈমাৰীৰ লগতে জলেশ্বৰ আৰু ধুমেৰঘাট উপ আৰক্ষী চকীৰ আৰক্ষীয়ে আঢ়ৈ হাজাৰৰো অধিক নিচাযুক্ত টেবলেট সহ উদমাৰী ( জলেশ্বৰ) গাঁৱৰ নিজাম উদ্দিন নামৰ যুৱক জনক আটক কৰে।

RELATED ARTICLES
Lucknow
clear sky
39.7 ° C
39.7 °
39.7 °
19 %
4.2kmh
0 %
Mon
41 °
Tue
42 °
Wed
43 °
Thu
45 °
Fri
45 °

Most Popular