29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeআঞ্চলিকৰামদিয়াৰ নামপাৰা মাজৰকুৰিৰ এগৰাকী যুৱক নিৰুদ্দেশ

ৰামদিয়াৰ নামপাৰা মাজৰকুৰিৰ এগৰাকী যুৱক নিৰুদ্দেশ

ৰামদিয়াৰ নামপাৰা মাজৰকুৰিৰ এগৰাকী যুৱক নিৰুদ্দেশ

দুৰ্নীতিৰ দৰ্পণ হাজো,৫মে’: কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়াৰ নামপাৰা মাজৰকুৰিৰ বাবুল ডেকাৰ পুত্ৰ মুনীন্দ্ৰ ডেকা ওৰফে চিকনা (১৮)যোৱা ১মে’ তাৰিখে সন্ধিয়া প্ৰায় ৭বজাৰ পৰা ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। যুৱক জনৰ সন্ধানত পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰকে ধৰি সকলো সম্ভাব্য স্থানত বিচাৰ-খোচাৰ কৰিও তেওঁৰ সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে।যুৱক জনৰ কোনো সন্ধান নোপোৱাত ককায়েক নৱ কৃষ্ণ ডেকাই যোৱা ৪মে’ত ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।প্ৰায় ৫ফুট ৩ইঞ্চি উচ্চতা,গাৰ বৰণ বগা,ক’লা দীঘল চুলিৰ যুৱক জনক যদি কোনোৱে তেওঁক বিচাৰি পায় নাইবা সন্ধান পায় তেন্তে অনুগ্ৰহ কৰি তলৰ ফোন নম্বৰত যোগাযোগ কৰিব:৭০০২৪৬৫৮৯৯ আৰু ৯৬৭৮২৩০৮৮০।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular