39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeখেলঅসমৰ সাঁতোৰবিদ শিৱাংগী শৰ্মাৰ থাইলেণ্ডত ব্ৰঞ্জৰ পদক জয়।

অসমৰ সাঁতোৰবিদ শিৱাংগী শৰ্মাৰ থাইলেণ্ডত ব্ৰঞ্জৰ পদক জয়।

অসমৰ সাঁতোৰবিদ শিৱাংগী শৰ্মাৰ থাইলেণ্ডত ব্ৰঞ্জৰ পদক জয়।

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৯ এপ্ৰিলঃ ৰাজ্য আৰু দেশবাসীক গৌৰৱান্বিত কৰি অসমৰ প্ৰতিভাশালী সাঁতোৰবিদ শিৱাংগী শৰ্মাই থাইলেণ্ডত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।ভাৰতক প্ৰতিনিধিত্ব কৰি শিৱাংগীয়ে অসাধাৰণ প্ৰদৰ্শনৰে ৫০ মিটাৰ ফ্ৰিষ্টাইল শাখাত ব্ৰঞ্জৰ পদক দখল কৰে। অসম সাঁতোৰ সংস্থাৰ সচিব ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সচিব মুকুটেশ্বৰ গোস্বামীয়ে শিৱাংগীক এই সাফল্যৰ বাবে অভিনন্দন জনায়।

RELATED ARTICLES
Lucknow
dust
39 ° C
39 °
39 °
10 %
5.1kmh
0 %
Thu
39 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular