30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমদিশপুৰত সচিব পৰ্যায়ৰ তিনি বিষয়াৰ অৱসৰ গ্ৰহণ

দিশপুৰত সচিব পৰ্যায়ৰ তিনি বিষয়াৰ অৱসৰ গ্ৰহণ

দিশপুৰত সচিব পৰ্যায়ৰ তিনি বিষয়াৰ অৱসৰ গ্ৰহণ

দিশপুৰ পিএনচি ২৮ ফেব্ৰুৱাৰী: অসম সচিবালয়ত সচিব হিচাপে কৰ্মৰত তিনি জন আইএএচ/ এছিএচ বিষয়া ই আজি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। এই বিষয়া সকল হ’ল দুই আইএএচ বিষয়া আইটি বিভাগৰ সচিব মুকুল কুমাৰ শইকিয়া আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ সচিব ফজলুল হক চৌধুৰী আৰু এছিএচ বিষয়া কৃষি বিভাগৰ সচিব তেজ প্ৰসাদ ভূসাল । এই বিষয়া সকলৰ অৱসৰ গ্ৰহণ উপলক্ষে দুপৰীয়া সচিবালয়ৰ বিষয়া সকলে এক বিদায় সম্বৰ্ধনা সভাত মিলিত হয়। মুখ্য সচিব ৰবি কোটাৰ সভাপতিত্বত বহা এই সভাত বিদায়ী তিনি জন বিষয়াৰ কৰ্ম জীৱন সম্পৰ্কে বিভিন্ন বক্তাই আলোচনা কৰি ভাষণ দিয়ে।,ইয়াৰ উপৰিও বিষয়া সকলে তেওঁলোকৰ সুস্বাস্থ্য লৈ অৱসৰ জীৱন কটাব পাৰিব বুলি আশা প্ৰকাশ কৰে।

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular