30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমমাজবাট বন বিভাগৰ অভিযানত চালান বিহিন বালি ভৰ্তি দুখন ডাম্পাৰ আৰু টেক্টৰ...

মাজবাট বন বিভাগৰ অভিযানত চালান বিহিন বালি ভৰ্তি দুখন ডাম্পাৰ আৰু টেক্টৰ জব্দ

মাজবাট বন বিভাগৰ অভিযানত চালান বিহিন বালি ভৰ্তি দুখন ডাম্পাৰ আৰু টেক্টৰ জব্দ
দুৰ্নীতিৰ দৰ্পন, মাজবাট ২ এপ্ৰিল- ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত পুনৰ চালান বিহিন বালি ভৰ্তি দুখন ডাম্পাৰ আৰু এখন টেক্টৰ জব্দ৷ ওলালগুৰি জিলা বন বিষয়া জয়ন্ত কুমাৰ ব্ৰহ্মৰ নিৰ্দেশত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বন কৰ্মীৰ দলে ৰৌতা আৰু ওৰাং অঞ্চলত চলায় চালান বিহিন ভাবে বালি পাথৰ কঢ়িয়াই নিয়া ডাম্পাৰ আৰু টেক্টাৰ বিচাৰি তালাচি অভিযান৷ বন কৰ্মীৰ উক্ত তালাচি অভিযানত ৰৌতাৰ পৰা AS-16-AC-0903 আৰু AS-27-C-6520 নম্বৰৰ দুখন ডাম্পাৰ আৰু ওৰাং অঞ্চলৰ পৰা নাম্বাৰ নথকা চালান বিহিন বালি ভৰ্তি টেক্টৰ জব্দ কৰে৷ পিছত জব্দ কৰা বালি ভৰ্তি ডাম্পাৰ দুখন আৰু টেক্টৰখন মাজবাট আঞ্চলিক বন কাৰ্যালয়ত লৈ আনে বুলি জনা যায়৷

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular